অর্থ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণ নি্র্ণ্্য় কৰা
							উদাহরণ : 
							পুলিচে তথ্য সমূহৰ অনুসন্ধান কৰি আছে
							
সমার্থক : অনুসন্ধান কৰা, পৰীক্ষণ কৰা
অর্থ : কোনো ব্যক্তি, বস্তু, ঠাই আদি কʼত আছে চোৱা
							উদাহরণ : 
							পুলিচে হত্যাকাৰীক বিচাৰি ফুৰিছে
							
সমার্থক : অনুসন্ধান কৰা, বিচৰা