অর্থ : কাৰোবাৰ পিছত যোৱা কার্য
							উদাহরণ : 
							লʼৰাটোৱে নিজৰ মাকক অনুসৰণ কৰি গৈ আছে
							
সমার্থক : অনুগমন কৰা, পিছত যোৱা
অর্থ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
							উদাহরণ : 
							শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
							
সমার্থক : অনুকৰণ কৰা, নকল কৰা