সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ক্রান্তিবৃত্তত থকা বাৰটা তৰা সমষ্টিৰ প্রত্যেকটো যি কেইটা হৈছে মেষ, বৃষ, মিথুন, কর্কট, সিংহ, কন্যা, তুলা, মকৰ, কুম্ভ আৰু মীন
উদাহরণ : মোৰ ৰাশি কন্যা
অর্থ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
উদাহরণ : এক কোটি বহুত ডাঙৰ সংখ্যা
সমার্থক : অংক, অঙ্ক, সংখ্যা
অর্থ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি
উদাহরণ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল
সমার্থক : গোট, দʼম, সমষ্টি, সমূহ
ইনস্টল