অর্থ : বদচাহ সম্বন্ধীয় বা বাদচাহৰ
উদাহরণ :
আমি ৰাজকীয় মহলবোৰ পৰি্দর্শন কৰিলো
অর্থ : ৰজাসকলৰ দৰে
উদাহরণ :
আজিকালিৰ মন্ত্রীসকলৰ জীৱন ৰাজকীয় হয়
অর্থ : ৰজাৰ বা ৰজা সম্বন্ধীয়
উদাহরণ :
এই মহলত ৰাজকীয় বস্তু সংগ্রহিত হৈ আছে
অর্থ : ৰাজ্যৰ সৈতে সম্বন্ধ ৰাখোঁতা
উদাহরণ :
ৰাজকীয় সমস্যাবোৰৰ প্রতি অৱহেলা কৰা অনুচিত
অর্থ : দেশীয় ৰাজ্যৰ লগত সম্বন্ধ ৰাখোতা
উদাহরণ :
বিদ্রোহীয়ে ৰাজকীয় খাজানা লুটিলে