অর্থ : যি চঞ্চল নহয়
উদাহরণ :
মানুহজন গম্ভীৰ স্বভাৱৰ
সমার্থক : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ
অর্থ : যʼত কোনো পৰি্ৱর্তন ্বা সাল-সলনি নহয় বা একে স্থিতিতে থকা
উদাহরণ :
কিছুমান বস্তুক স্থিৰ তাপমানত ৰখা হয়
অর্থ : যাৰ চিত্ত স্থিৰ
উদাহরণ :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
সমার্থক : অচঞ্চল, অমত্ত, প্রশান্ত, শান্ত, স্থিৰচিত্ত