সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
উদাহরণ :
সমার্থক : কুল, গোত্র, জাত, জাত-কুল, জাতি, বংশ, বর্ণ, ্ জাত-পাত
অর্থ : কোনো বিশেষ ধার্মিক মত বা প্রণালী
উদাহরণ : তেওঁ শৈৱ ্সম্প্রদায়ৰ অনুগামী
সমার্থক : পন্থ
অর্থ : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
উদাহরণ : জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
সমার্থক : শাখা
ইনস্টল