অর্থ : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ
উদাহরণ :
একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়
সমার্থক : সম্বন্ধ
অর্থ : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়
উদাহরণ :
মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?
সমার্থক : সম্বন্ধ
অর্থ : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য
উদাহরণ :
বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি
সমার্থক : সম্বন্ধ
অর্থ : কথা-বতৰাৰ আদান প্রদান
উদাহরণ :
মই ভালেমান দিনৰ পৰা আপোনাৰ সৈতে সম্পর্ক কৰিবলৈ বিচাৰি আছিলোঁ
সমার্থক : ্যোগাযোগ