পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বেগাই শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বেগাই   বিশেষ্য

অর্থ : শীঘ্র হোৱাৰ অৱস্থা বা ভাব

উদাহরণ : কের্কেটুৱাটোৱে বেগাই গছৰ ওপৰত উঠি গʼল তেওঁৰ ্কামত তীব্রতা আছে

সমার্থক : কোব, ক্ষিপ্রগতি, ক্ষিপ্রতা, তীব্রতা, দ্রুতগতি, দ্রুততা, দ্রুতবেগ, বেগা-বেগি, শীঘ্রতা, সত্বৰতা

বেগাই   ক্ৰিয়া বিশেষণ

অর্থ : পলম নোহোৱাকৈ কৰা

উদাহরণ : এই কামটো সোনকালে কৰি দিয়া

সমার্থক : খকমককৈ, খচৰাই, খৰকৈ, খৰখেদাকৈ, খৰধৰকৈ, গিৰিসাই, চকুৰ পচাৰতে, চকুৰ পলকতে, টপৰাই, টাপচকৈ, ততাতৈয়াকৈ, ততাভুকুতাকৈ, ততালিকে, তাৰাতাৰি, তৰাতৰি, দৰদৰি, নিমিষতে, পটাপট, পলকতে, পাকতে, বেগাবেগিকৈ, বেগেতাই, বেগেতে, লৰা-ঢপৰাকৈ, শীঘ্রে, সটৰাই, সোনকালে, হুৰমূৰকৈ