সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য
উদাহরণ : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে
সমার্থক : ইতিকিং, উপহাস, উপহাস্যতা, ঠাট্টা, পেংলাই, ভেঙুচালি
অর্থ : অকাৰণ বা বিনা কাৰণৰ হাস্য বা হাঁহি
উদাহরণ : কিছুমান লোকৰ উপহাস কৰাৰ স্বভাৱ থাকে
সমার্থক : উপহাস
ইনস্টল