সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
উদাহরণ : বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
অর্থ : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
উদাহরণ : ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
সমার্থক : পীৰা
অর্থ : একপ্রকাৰ বিশেষ ধৰণৰ পলুৰ পৰা হোৱা মিহি, চিকমিকীয়া আৰু দৃঢ় সূতা
উদাহরণ : এইয়া পাটৰ পৰা তৈয়াৰ কৰা কাপোৰ
সমার্থক : চিল্ক, ৰেচম, ৰেছম
ইনস্টল