অর্থ : যিয়ে ভিতৰত স্থায়ী ৰূপত স্থিতি গ্রহণ কৰি আছে
উদাহরণ :
কিছুমান লোকৰ কমকৈ কথা কʼব পৰা অন্তর্নিহিত গুণ আছে
সমার্থক : অন্তর্নিবিষ্ট, অন্তর্নিহিত, মজ্জাগত
অর্থ : কʼৰবাত বা কিহবাৰ ভিতৰত ৰখা বা লুকাই থকা
উদাহরণ :
এই কবিতাটোত নিহিত ভাবার্থ স্পষ্ট কৰি এটি টোকা প্রস্তুত কৰক