সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দুষ্ট বা মিছলীয়া ব্যক্তি
উদাহরণ : দুর্জনৰ সংগৰ ্পৰা আঁতৰি থাকিবা
সমার্থক : খল, দুর্জন, দুৰাচাৰী, বেয়া মানুহ, শঠ, ্হাৰামি
অর্থ : যিজন দুষ্ট আৰু নীচ প্রকৃতিৰ
উদাহরণ : দুৰাত্মা ৰাৱণে সীতা হৰণ কৰিছিল
সমার্থক : দুষ্টমতি, পাপাত্মা
ইনস্টল