অর্থ : চৰ-চৰ শ্্ব্দ কৰি ভঙা কার্য
উদাহরণ :
শ্যামে দুৰ্বল খাটখন চৰচৰা কৰি ভাঙিলে
সমার্থক : চৰচৰ কৰি ভঙা
অর্থ : সাপ বা কোনো পোক-পতঙ্গ বগাই যোৱা কার্য
উদাহরণ :
মোট সলাবৰ কাৰণে সাপটোৱে চৰচৰায় আছে
সমার্থক : চৰ-চৰোৱা
অর্থ : চৰচৰ শ্্ব্দ কৰি ভাঙি যোৱা
উদাহরণ :
গছৰ তলৰ পৰা আঁতৰি যোৱা, ডালটোৱে চৰচৰাই আছে