সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
উদাহরণ : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
সমার্থক : বগা
অর্থ : পৰিধান নকৰা (কাপোৰ)
উদাহরণ : মোৰ আইতাই চাদা শাৰী কেতিয়াও নিপিন্ধিছিল
অর্থ : যাৰ ওপৰত একো লিখা বা ছপা কৰা হোৱা নাই
উদাহরণ : তেওঁ বলপূর্বক্্ভাৱে মোৰ পৰা উকা কাগজত চহী কৰালে
সমার্থক : উকা
অর্থ : ৰং বিহীন
উদাহরণ : বিধবাসকলে বগা কাপোৰ পিন্ধে
ইনস্টল