সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
উদাহরণ : এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
সমার্থক : চকা
অর্থ : মৌমাখি আদিৰ ঘৰ
উদাহরণ : এইজোপা গছত মৌমাখিয়ে চাক সাজিছে
সমার্থক : মৌচাক
অর্থ : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
উদাহরণ : কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে
ইনস্টল