অর্থ : যাৰ পৰিধি কেন্দ্রবিন্দুৰ পৰা সর্বত্র সমদূৰৱর্তী
উদাহরণ :
তেওঁ ব্যৱহাৰিক বহীত বৃত্ত আঁকি আছে
সমার্থক : বৃত্ত
অর্থ : নিজৰ মাজতে পূর্ণ এক ্কার্যৰীতি যʼত কোনো কিছুমান বিশেষ ঘটনা এটা ক্রমত হয় আৰু পুণৰ সিমান সময়তে যাৰ পুণৰাবৃত্তি হয়
উদাহরণ :
এই চিত্রত পখিলাৰ জীৱন চক্র দেখুওৱা হৈছে
অর্থ : সৈনিকসকলক ভাল বা বীৰত্বপূর্ণ কাম কৰিলে পদকৰ ৰূপত প্রদান কৰা ্ধাতুৰ এক বিশেষ আকাৰৰ টুকুৰা
উদাহরণ :
মেজৰ সতপাল সিঙক মহাবীৰ চক্র প্রদান কৰা হʼল
অর্থ : প্রায়েই ঘূৰি থকা বা ঘূৰাবৰ কাৰণে বনোৱা একপ্রকাৰৰ গোলাকাৰ বস্তু
উদাহরণ :
কুমাৰৰ চাক একপ্রকাৰৰ চক্র
সমার্থক : চকা