সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সমাপ্ত হোৱাৰ ভাব বা কার্য
উদাহরণ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
সমার্থক : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
অর্থ : কোনো অৱশিষ্ট নথকা
উদাহরণ : মই কৰা কামটো এতিয়া শেষ হʼল
সমার্থক : নিষ্পন্ন, নিষ্পাদিত, পূর্ণ, পৰিসমাপ্ত, শেষ, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, সম্পূর্ণ, ্পূৰ
ইনস্টল