অর্থ : যি অত্যাচাৰ কৰে
উদাহরণ :
কংস এজন অত্যাচাৰী শাসক আছিল
সমার্থক : অত্যাচাৰকাৰী, অত্যাচাৰী, অনাচাৰী, উৎপীড়ক, জুলুমবাজ
অর্থ : যি উপদ্রৱ কৰে
উদাহরণ :
তেওঁ এজন ্উৎপতীয়া ব্যক্তি
সমার্থক : উপদ্রৱ কর্তা, উপদ্রৱী, উৎপতীয়া, বদমাচ