অর্থ : ঘৰ বনোৱাৰ সময়ত ঘৰৰ যিটো মূল ভাগ দেৱালৰ দৃঢ়তাৰ বাবে মাটি খান্দি তাৰ পৰা ইটা গাঁথি বনোৱা হয়
উদাহরণ :
আধাৰ মজবুত হʼলেহে বহু মহলাৰ ইমাৰত সাজিব পাৰি
অর্থ : কোনো কথাৰ স্পষ্টীকৰণৰ বাবে আৱশ্যক হোৱা অন্তর্নিহিত মূল পূর্বানুমান
উদাহরণ :
আপুনি মোক কি আধাৰত এনেদৰে কৈছে