সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
উদাহরণ : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
সমার্থক : অখাজ, অখাদ্য, অপথ্য, অভক্ষণীয়, অভোজ্য, কুপথ্য, খাব নলগীয়া-
অর্থ : যি খোৱাৰ যোগ্য নহয়
উদাহরণ : এইটো অখাদ্য বস্তু
সমার্থক : অখাজ, অখাদ্য, অপথ্য, অভক্ষ, অভক্ষণীয়, অভোজ্য, কুখাদ্য, কুপথ্য
ইনস্টল