সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
উদাহরণ : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
সমার্থক : অখাজ, অখাদ্য, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুপথ্য, খাব নলগীয়া-
অর্থ : অনুপযুক্ত আহাৰ
উদাহরণ : ৰোগীৰ কাৰণে মছলাযুক্ত আহাৰ কুপথ্য স্বৰূপ
সমার্থক : কুপথ্য
অর্থ : যি হিতকৰ নহয় (আহাৰ)
উদাহরণ : কিছুমান লোকে সোৱাদৰ কাৰণে কুপথ্যও খায়
অর্থ : যি পথ্য নহয়
উদাহরণ : কুপথ্য ভোজন কৰা অনুচিত
অর্থ : যি খোৱাৰ যোগ্য নহয়
উদাহরণ : এইটো অখাদ্য বস্তু
সমার্থক : অখাজ, অখাদ্য, অভক্ষ, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুখাদ্য, কুপথ্য
ইনস্টল