সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সমাপ্ত হোৱাৰ ভাব বা কার্য
উদাহরণ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
সমার্থক : অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
অর্থ : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ
উদাহরণ : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব
সমার্থক : ইতি, উপসংহাৰ, শেষ, সমাপ্তি
অর্থ : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা
উদাহরণ : কলিযুগত অন্ত নিশ্চিত
সমার্থক : অৱসান, ইতি, ওৰ, পৰিসমাপ্তি, যতি, শেষ, শেহ, সমাপ্তি, সাং
অর্থ : যি সকলোৰে পিছত হয়
উদাহরণ : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে
সমার্থক : অন্তিম, অন্ত্য, চৰম, শেষ
ইনস্টল