অর্থ : কোনো কার্যৰ ্হানি বা অনিষ্ট
উদাহরণ :
ডাঙৰ অনর্থ হʼল! শ্যামলীৰ দেউতাক এতিয়া আৰু নাই
সমার্থক : অনিষ্ট
অর্থ : যি ্অর্থ হয় ্তাৰ ওলোটা অর্থ
উদাহরণ :
শুদ্ধ অর্থৰ ্অভাৱত অনর্থৰ ্সম্ভাৱনা থাকে
সমার্থক : বিপৰীত ্অর্থ