অর্থ : কোনো বস্তু বা সম্পত্তি আদিৰ ওপৰত বলপূর্বক ্ভাবে আৰোপ কৰা প্রভুত্ব
উদাহরণ :
সৈনিকে কিল্লাটো নিজৰ অধিকাৰত আনিলে
অর্থ : অধিপতি হোৱা অৱস্থা বা ভাব
উদাহরণ :
প্রথমতে ভাৰতত বিদেশীৰ আধিপত্য আছিল
সমার্থক : আধিপত্য, প্রভুত্ব, শাসনাধিকাৰ
অর্থ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
উদাহরণ :
কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
সমার্থক : শক্তি