সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উত্তমৰ ফালৰ পৰা অধমৰ ফাললৈ অহা কার্য
উদাহরণ : কাৰোবাৰ চৰিত্ৰৰ অধঃপতন ইয়াতকৈ অধিক আৰু কি
সমার্থক : অনুক্ৰম, অনুলোম
অর্থ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
উদাহরণ : বেয়া গুণে মানুহৰ পতন ঘটায়
সমার্থক : অধঃপাত, অধোগমন, অৱনতি, চ্যুতি, পতন
অর্থ : কোনো বস্তু পেলাই দিয়া কার্য
উদাহরণ : কোনে এই ফলবোৰ পেলালে ?
সমার্থক : পেলোৱা
অর্থ : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
উদাহরণ : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
সমার্থক : অধঃপাত, অৱনতি, পতন, স্খলন
ইনস্টল