সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
উদাহরণ : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
সমার্থক : অংক, অংকশাস্ত্র, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র
অর্থ : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা
উদাহরণ : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে
সমার্থক : অংক, অংকতল অংকদেশ, উৎসঙ্গ, কোল, কোলা, ক্রোৰ
অর্থ : শূন্যৰ পৰা নলৈকে সংখ্যা
উদাহরণ : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ
সমার্থক : অংক
অর্থ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি
উদাহরণ : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে
সমার্থক : অংক, নম্বৰ
অর্থ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
উদাহরণ : এক কোটি বহুত ডাঙৰ সংখ্যা
সমার্থক : অংক, সংখ্যা, ৰাশি
অর্থ : সংখ্যাৰ চিহ্ন
উদাহরণ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
সমার্থক : অংক, সংখ্যা
ইনস্টল